২০২৫বৰ্ষৰ ফিল্মফেয়াৰ বঁটা প্ৰদান; 'লাপাতা লেডিজ' ছবিখনে লাভ কৰে ১৩টাকৈ বঁটা

Story by  atv | Posted by  Munni Begum • 4 h ago
ফিল্মফেয়াৰ এৱাৰ্ডছ অনুষ্ঠানৰ এক দৃশ্য
ফিল্মফেয়াৰ এৱাৰ্ডছ অনুষ্ঠানৰ এক দৃশ্য
 
মুম্বাই
 
শনিবাৰে নিশা আহমেদাবাদৰ ইকা এৰিনা কংকৰীয়া হ্ৰদত অনুষ্ঠিত হয় ফিল্মফেয়াৰ এৱাৰ্ডৰ ৭০ সংখ্যক সংস্কৰণ। এই অনুষ্ঠান আয়োজন কৰিছে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান, কৰণ জোহৰ আৰু মনীশ পলে। 
 
বঁটা বিতৰণী অনুষ্ঠানত অভিষেক বচ্চনে আই ৱাণ্ট টু টক  আৰু কাৰ্তিক আৰয়নে চান্দু চেম্পিয়ন ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰে।  
 
জিগ্ৰা ছবিত আলিয়া ভাটে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰাৰ বিপৰীতে লাপাটা লেডিজ ছবিত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেত্ৰী (মহিলা)ৰ বাবে নিতংশী গোৱেলে বঁটা লাভ কৰে। 
 
বিজয়ীৰ সম্পূৰ্ণ তালিকা হ'ল ক্ৰমে 
 
মুখ্য চৰিত্ৰ শ্ৰেষ্ঠ অভিনেতা-- অভিষেক বচ্চন (আই ৱাণ্ট টু তক) আৰু কাৰ্তিক আৰিয়ান (চান্দু চেম্পিয়ন)
 
মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰী -- আলিয়া ভাট (জিগ্ৰা)
 
শ্ৰেষ্ঠ অভিনেতা সমালোচকৰ বঁটা-- ৰাজকুমাৰ ৰাও (শ্ৰীকান্ত)
 
শ্ৰেষ্ঠ অভিনেত্ৰী সমালোচকৰ বঁটা-- প্ৰতিভা ৰন্তা (লাপাতা লেডিজ)
 
শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী -- ছায়া কদম (লাপাতা লেডিজ)
 
শ্ৰেষ্ঠ সহযোগী অভিনেতা -- ৰবি কিষাণ (লাপাতা লেডিজ)
 
শ্ৰেষ্ঠ ছবিৰ সমালোচকৰ বঁটা-- শুজিত ছিৰকাৰ (আই ৱাণ্ট টু তক) 
 
শ্ৰেষ্ঠ আত্মপ্ৰকাশ অভিনেত্ৰী -- নিতংশী গোৱেল (লাপাতা লেডিজ)
 
শ্ৰেষ্ঠ অভিষেক অভিনেতা -- লক্ষ্য (কীল)
 
শ্ৰেষ্ঠ অভিষেক পৰিচালক-- কুনাল কেম্মু (মদগাঁও এক্সপ্ৰেছ), আদিত্য সুহাস জম্ভালে (ধাৰা ৩৭০)
 
শ্ৰেষ্ঠ একচন -- চেইয়ং ওহ আৰু পাৰভেজ শ্বেইখ (কীল)
 
শ্ৰেষ্ঠ চিত্ৰনাট্য-- স্নেহা দেশাই (লাপাতা লেডিজ)
 
শ্ৰেষ্ঠ কাহিনী-- আদিত্য ধৰ আৰু মনল ঠাক্কাৰ (ধাৰা ৩৭০) 
 
শ্ৰেষ্ঠ সংলাপ-- স্নেহা দেশাই (লাপাতা লেডিজ)
 
শ্ৰেষ্ঠ সংগীত এলবাম-- ৰাম সম্পাথ (লাপাতা লেডিজ)
 
শ্ৰেষ্ঠ গীত-- প্ৰশান্ত পাণ্ডে (লাপাতা লেডিজ)
 
শ্ৰেষ্ঠ প্লেবেক গায়ক পুৰুষ-- অৰিজিত সিং (লাপাতা লেডিজ)
 
শ্ৰেষ্ঠ প্লেবেক গায়িকা মহিলা-- মধুবন্তী বাগচী (ষ্ট্ৰী ২)
 
শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য-- ঋতেশ শ্বাহ আৰু তুষাৰ শীতল জৈন (আই ৱাণ্ট টু টক)
 
শ্ৰেষ্ঠ ছবি-- লাপাতা লেডিজ 
 
শ্ৰেষ্ঠ পৰিচালক-- কিৰণ ৰাও (লাপাতা লেডিজ)
 
শ্ৰেষ্ঠ ছবিৰ সমালোচকৰ বঁটা-- আই ৱাণ্ট টু টক (শ্বুজিত ছিৰকাৰ)
 
শ্ৰেষ্ঠ শব্দ ডিজাইন-- সুভাষ সাহু (কীল)
 
শ্ৰেষ্ঠ পটভূমি স্ক'ৰ-- ৰাম সম্পাথ (লাপাতা লেডিজ)
 
শ্ৰেষ্ঠ ভিএফএক্স-- ৰিডিফাইন (মুঞ্জিয়া)
 
শ্ৰেষ্ঠ কোৰিঅ'গ্ৰাফী-- বস্কো-চিজাৰ (Bad Newz ৰ পৰা Tauba Tauba)
 
শ্ৰেষ্ঠ সম্পাদনা- শিৱকুমাৰ ভি.পেনিকাৰ
 
শ্ৰেষ্ঠ সাজ-পোছাক-- দৰ্শন জালান (লাপাতা লেডিজ)
 
শ্ৰেষ্ঠ প্ৰডাকচন ডিজাইন-- ময়ুৰ শৰ্মা (কীল)
 
শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফী-- ৰাফে মেহমুদ (কীল)
 
অনুষ্ঠানত ফিল্মফেয়াৰ এৱাৰ্ডৰ জীনত আমান আৰু শ্যাম বেনেগাল (মৰোনোত্তৰভাৱে) জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হয় আৰু সংগীতৰ আগন্তুক প্ৰতিভাৰ বাবে আৰ ডি বৰ্মন বঁটা প্ৰদান কৰা হয় অচিন্ত ঠাক্কাৰক (জিগ্ৰা, মিষ্টাৰ এণ্ড মিচেছ মাহী)।