হোলী উপলক্ষে অহা ২৬ মার্চত কামৰূপ (মহানগৰ) জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
দৌলযাত্রা উপলক্ষে অহা ২৬ মার্চত কামৰূপ (মহানগৰ) জিলাত স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। সাধাৰণ প্ৰশাসন বিভাগে এই সম্পর্কীয় এক অধিসূচনা জাৰি কৰিছে। 
 
অধিসূচনা মতে, এন আই এক্টৰ অধীনত ঘোষণা কৰা বন্ধ অনুসৰি ২৬ মাৰ্চৰ দিনা জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদি বন্ধ থাকিব।