স্পেনিছ তীৰ্থযাত্ৰী কেইজন হৈছে আব্দাল্লাহ হাৰ্নাণ্ডেজ, আব্দেলকাদৰ হাৰকাছি আৰু তাৰিক ৰড্ৰিগেজে। তেওঁলোকে ঘোঁৰাত উঠি হাজলৈ যোৱাৰ ৫০০ বছৰীয়া আন্দালুছিয়ান মুছলমান পৰম্পৰাক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্য লৈছে।رحلة حج اسثنائية على ظهور الخيل..
— برامج الإخبارية (@alekhbariyaPROG) May 2, 2025
وصول حجاج إسبان إلى أرض المملكة عبر منفذ الحديثة الحدودي لإكمال رحلتهم إلى الديار المقدسة#نشرة_النهار | #الإخبارية pic.twitter.com/EEQyfcw9UD
উল্লেখ্য যে, জেদ্দাৰ কিং আব্দুলজিজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু মদীনাৰ প্ৰিন্স মহম্মদ বিন আব্দুলজিজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হজযাত্ৰীক কঢ়িয়াই নিয়া বিমানসমূহৰ অৱতৰণ আৰম্ভ হৈছে।Endülüs Müslümanlarının 5 asır önceki hac yolculuğunu yaşamak ve hac ibadetini yerine getirmek için İspanya’dan 3 ay önce at sırtında yola çıkan 3 arkadaş Bosna Hersek’e ulaştı.
— BalkanNews Türkçe (@BalkanNewsTR) February 6, 2025
Abdelkader Harkassi, Abdallah Hernandez ve Tariq Rodriguez tarihi Başçarşı’da hem turistlerin hem de… pic.twitter.com/D1YtcoAjNN