মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু ইজিপ্তৰ ৰাষ্ট্ৰপতি এল-ছিছিৰ সহ-অধ্যক্ষতাত অনুষ্ঠিত এই সন্মিলনত ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনিঅ' গুটেৰেছ, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কায়াৰ ষ্টাৰমাৰ, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনি, স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ' স্নেচেজ আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনকে ধৰি ২০ খনতকৈও অধিক দেশৰ নেতৃবৃন্দ উপস্থিত থাকিব।PM Modi invited to Gaza truce retreat in Egypt, but skips the meet
— IndiaToday (@IndiaToday) October 12, 2025
India to be represented by MoS Kirti Vardhan Singh at Sharm El Sheikh.@Journopranay brings you the details.#Egypt #GazaDeal #Ceasefire #KirtiVardhanSingh #India #ITVideo | @Sriya_Kundu pic.twitter.com/85rscFaSL5