প্ৰধানমন্ত্ৰী মোদীক এই সন্মান প্ৰদান ভাৰত আৰু নামিবিয়াৰ দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাবে বিবেচিত হৈছে। লগতে ই বিশেষ দ্বিপাক্ষিক অংশীদাৰিত্বক অধিক উচ্চতালৈ লৈ যোৱাত দুয়োখন দেশৰ নৱ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হিচাপে পৰিগণিত হৈছে। এয়া প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰা ২৭সংখ্যক বঁটা আৰু চলিত বিদেশ ভ্ৰমণৰ সময়ত লাভ কৰা চতুৰ্থটো বঁটা।#WATCH | Prime Minister @narendramodi continues to receive global acclaim for his visionary leadership.
— PB-SHABD (@PBSHABD) July 10, 2025
In the latest honour, the PM has been conferred Namibia’s highest civilian award, the Order of the Most Ancient Welwitschia Mirabilis marking the 27th international recognition… pic.twitter.com/qRdJ5onKdW