পাকিস্তানৰ অনুৰোধ নাকচ কৰি মালয়েছিয়া চৰকাৰে ৯ জনীয়া প্ৰতিনিধি দলটোক ১০টা প্ৰস্তাৱিত কাৰ্যসূচীৰ সকলোবোৰ আয়োজন কৰিবলৈ সন্মতি দিয়ে। জাপান, দক্ষিণ কোৰিয়া, ছিংগাপুৰ আৰু ইণ্ডোনেছিয়াৰ পিছত প্ৰতিনিধি দলটোৰ বহুজাতিক ভ্ৰমণৰ শেষ স্থান আছিল মালয়েছিয়া। শনিবাৰে কুৱালালামপুৰত অৱতৰণ কৰে প্ৰতিনিধি দলটো।#Pakistan snubbed by an Islamic country
— Nabila Jamal (@nabilajamal_) June 4, 2025
Pakistani embassy reportedly urged Malaysian officials to cancel Indian delegation's programmes, citing "Islamic solidarity". They tried to derail the visit raising kashmir issue
But Kuala Lumpur did not flinch. Indian delegation… pic.twitter.com/vGpEEUatf3