sport-news
এলভিছ আলী হাজৰিকাই ৰচিলে আন এক অভিলেখ; ১৩ দিনত জয় কৰিলে ভাৰতৰ পশ্চিম উপকূল
ইমতিয়াজ আহমেদ/গুৱাহাটী
বয়স কেৱল এটা সংখ্যাহে মাথোঁ, এই কথাষাৰকে যেন পুনৰবাৰ প্ৰমাণ কৰিলে অসমৰ গৌৰৱ, প্ৰসিদ্ধ সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই। ৪৪ বছৰ বয়সত যি সময়ত ø...