ড° কিৰণ হাজৰিকাক ইগনৌৰ উপাচাৰ্য হিচাপে নিযুক্তি

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
ড° কিৰণ হাজৰিকা; ইগনৌৰ প্ৰৱেশদ্বাৰ
ড° কিৰণ হাজৰিকা; ইগনৌৰ প্ৰৱেশদ্বাৰ
গুৱাহাটী

বৃহস্পতিবাৰে দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি লাভ কৰে ড০ কিৰণ হাজৰিকাই। বিশিষ্ট লেখক ড° কিৰণ হাজৰিকা ডিব্ৰুগড়ৰৰ টেঙাখাত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ।

তেওঁ ১৯৯৫ চনত ডি এইচ এছ কে কমাৰ্চ কলেজত অধ্যাপক হিচাপে যোগদান কৰে, আৰু ২০১২ চনত টেঙাখাট মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে যোগদান কৰে।
 
তদুপৰি তেওঁ বিশ্ববিদ্যালয় অনুদান আয়োগৰ সদস্যও আছিল আৰু তেওঁৰ কৃতিত্বত ৭খন গ্ৰন্থ আছে।