পুৱাই ৰাজ্যজুৰি ভূমিকম্পৰ জোকাৰণি

Story by  atv | Posted by  [email protected] • 1 Years ago
পুৱাই ৰাজ্যজুৰি ভূমিকম্পৰ জোকাৰণি
পুৱাই ৰাজ্যজুৰি ভূমিকম্পৰ জোকাৰণি
 
গুৱাহাটী
 
আজি পুৱাই ভূমিকম্পই কঁপাই গ’ল ৰাজ্য। পুৱা ৭ বাজি ৪৭ মিনিট ৩৩ ছেকেণ্ডত অনুভূত হ’ল ভূমিকম্পৰ কম্পন।
ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.২ ৰিখটাৰ স্কেল। ভূমিকম্পৰ অভিকেন্দ্ৰ ওদালগুৰিত বুলি জানিব পৰা গৈছে। অৱশ্যে ভূমিকম্পত কোনো ক্ষয়-ক্ষতিৰ খবৰ এইমুহূৰ্তলৈ অহা নাই।