“हर सीमा से परे – खेल का मंच, हर बच्चे के लिए!”
— Social Welfare Department, Bihar (@DoSWBihar) September 14, 2025
पटना में आज राज्यव्यापी दिव्यांगजन खेल प्रतियोगिता, 2025 का भव्य उद्घाटन हुआ।
सचिव, समाज कल्याण विभाग, श्रीमती बंदना प्रेयषी ने कहा – “यह एक ऐतिहासिक अवसर है, जब हम दिव्यांग बच्चों को खेल के माध्यम से अपनी प्रतिभा दिखाने और सशक्त… pic.twitter.com/tsAb90Q7cM
এই প্ৰতিযোগিতাত মুঠ তিনিটা ক্ৰীড়া শাখা অন্তৰ্ভুক্ত কৰা হৈছে – পেৰা এথলেটিকছ (ট্ৰেক এণ্ড ফিল্ড), পেৰা বেডমিণ্টন আৰু পেৰা ছুইমিং, যিবোৰ ছাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত অনুষ্ঠিত হৈছে। ৰাজ্যৰ ১৪খন জিলাত প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে আৰু ৩৮খন জিলাৰ সকলো খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰিছে। অনলাইন পৰ্টেলৰ জৰিয়তে খেলুৱৈৰ পঞ্জীয়ন কৰা হৈছে আৰু এই পৰ্যন্ত ১৭৯৭ গৰাকী পুৰুষ আৰু ৩১৪ গৰাকী মহিলা খেলুৱৈয়ে পঞ্জীয়ন কৰি তেওঁলোকৰ অংশগ্ৰহণ নিশ্চিত কৰিছে।
পেৰা-ছুইমাৰ ছেমছ আলম শ্বেখক সন্মান আয়োজকৰ
ৰাজ্যখনৰ "পদক জয় কৰক, চাকৰি লাভ কৰক" আঁচনিৰ অধীনত ৰাজ্যৰ বহু পেৰা এথলীটক তেওঁলোকৰ প্ৰতিভাৰ ভিত্তিত চৰকাৰী সেৱাত নিযুক্তি দিয়া হৈছে। বিহাৰৰ পেৰা এথলীটসকলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুবাৰ ৰাজ্য আৰু দেশলৈ বঁটা কঢ়িয়াই আনিছে। টকিঅ’ ২০২০ আৰু পেৰিছ ২০২৪ পেৰালিম্পিকত হাই জাম্পত পদক অৰ্জন কৰা মুজাফ্ফৰপুৰৰ শাৰদ কুমাৰ বিহাৰৰ এই প্ৰতিভাৰ উজ্জ্বল নিদৰ্শন।It was an absolute honour to be the chief guest at one of the first-ever state wide para Sports championships 2025, organised by @DoSWBihar @BSSABihar This initiative will undoubtedly boost the Paralympic movement in rural Bihar, identifying and nurturing talent for the future. pic.twitter.com/rMynDriarK
— Shams Aalam 🇮🇳 (@IamShamsAalam) September 15, 2025