তেওঁলোকে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বৈশ্বিক উন্নয়নৰ ওপৰতো মত বিনিময় কৰে আৰু ভাৰত আৰু মধ্য এছিয়াৰ মাজত যুগ যুগ ধৰি চলি অহা সম্পৰ্কক অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দোঁহাৰে। দুয়োগৰাকী নেতাই ভৱিষ্যতে যোগাযোগ অব্যাহত ৰাখিবলৈ সন্মত হয়।PM Narendra Modi speaks with President of Uzbekistan, Shavkat Mirziyoyev
— ANI (@ANI) August 12, 2025
"Had a fruitful conversation with President of Uzbekistan, Mr. Shavkat Mirziyoyev. We reviewed the progress achieved in key areas of our bilateral cooperation and reaffirmed our shared resolve to further… pic.twitter.com/76INAN8Ebb