ছেবাৰ প্ৰধান পৰীক্ষা নিয়ন্ত্রক হিচাপে নিযুক্তি এ চি এছ বিষয়া দর্শনা বৰাক

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
অসম চৰকাৰে এ চি এছ বিষয়া দর্শনা বৰাক অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ প্ৰধান পৰীক্ষা নিয়ন্ত্রক হিচাপে নিযুক্তি দিছে। কৰ্মচাৰী বিভাগে প্রকাশ কৰা এক অধিসূচনাত এই কথা উল্লেখ কৰা হৈছে। 
 
এই অনুসৰি অসম দক্ষতা উন্নয়ন মিছনৰ সহকাৰী মিছন সঞ্চালক দর্শনা বৰাক বিদ্যালয় শিক্ষা বিভাগৰ উপ-সচিব হিচাপে বদলি কৰাৰ লগতে তেওঁক ছেবাৰ প্রধান পৰীক্ষা নিয়ন্ত্ৰকৰ অতিৰিক্ত দায়িত্ব অর্পণ কৰা হয়।