ইফালে, ৫ নৱেম্বৰত ভাৰতৰত্ন ভূপেন হাজৰিকাৰ মৃত্যু দিৱস ৰাজ্য চৰকাৰে বিশেষভাৱে পালন কৰিব। প্ৰতিখন জিলা সদৰত ৫ হাজাৰৰো অধিক লোক একত্ৰিত হৈ ‘মানুহে মানুহৰ বাবে’ গীত পৰিৱেশন কৰিব। মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাজ্য চৰকাৰে সমাধি সমন্বয় তীৰ্থত আনুষ্ঠানিকভাৱে মৃত্যু দিৱস পালন কৰিব।In today's meeting of #AssamCabinet, we resolved to
— Himanta Biswa Sarma (@himantabiswa) October 29, 2025
✅Grant financial assistance to Raas Committees
✅Approve budget for tackling floods
✅Approve addl funds for Lachit Moidam Memorial
✅Settlement of land to Moran and Matak communities
✅ Strengthen Village Defence Orgs pic.twitter.com/ihkINlAzKX