প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এনডিএ চৰকাৰে ধাৰাবাহিকভাৱে প্ৰভাৱশালী পদক্ষেপ গ্ৰহণৰ জৰিয়তে মহিলা-নেতৃত্বাধীন উন্নয়নক পুনৰ সংজ্ঞায়িত কৰিছে। ইয়াৰ ভিতৰত স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে তেওঁলোকৰ মৰ্য্যাদা সুনিশ্চিত, জন ধন একাউন্টৰ জৰিয়তে আৰ্থিক অন্তৰ্ভুক্তি, তৃণমূল পৰ্য্যায়ত সবলীকৰণ কৰা হৈছে।हमारी माताओं-बहनों और बेटियों ने वो दौर भी देखा है, जब उन्हें कदम-कदम पर मुश्किलों का सामना करना पड़ता था। लेकिन आज वे ना सिर्फ विकसित भारत के संकल्प में बढ़-चढ़कर भागीदारी निभा रही हैं, बल्कि शिक्षा और व्यवसाय से लेकर हर क्षेत्र में मिसाल कायम कर रही हैं। बीते 11 वर्षों में… pic.twitter.com/waTFeW5M9I
— Narendra Modi (@narendramodi) June 8, 2025
তেওঁ উজ্জ্বলা যোজনাক এক মাইলৰ খুঁটি হিচাপে অভিহিত কৰি কয় যে এই প্ৰয়াসে ধোঁৱা-মুক্ত পাকঘৰৰ পথ প্ৰশস্ত কৰিলে। লগতে তেওঁ মুদ্ৰা ঋণে লাখ-লাখ মহিলাক উদ্যোগী হ’বলৈ আৰু স্বতন্ত্ৰভাৱে নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ সক্ষম কৰি তুলিছে বুলি কয়। প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত মহিলাৰ নামত গৃহৰ ব্যৱস্থাই তেওঁলোকৰ নিৰাপত্তা আৰু সবলীকৰণৰ ভাৱনাতো উল্লেখযোগ্য প্ৰভাৱ পেলাইছে।Over the last 11 years, the NDA Government has redefined women-led development.
— Narendra Modi (@narendramodi) June 8, 2025
Various initiatives, from ensuring dignity through Swachh Bharat to financial inclusion via Jan Dhan accounts, the focus has been on empowering our Nari Shakti. Ujjwala Yojana brought smoke-free… https://t.co/FAETIjNJKk