WATCH || এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে জয়ৰ প্ৰাৰ্থনাৰে লক্ষ্ণৌত হোম যজ্ঞ
— Awaz the voice assam (@AssamAwaz) September 14, 2025
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ, অপাৰেচন সেন্দুৰৰ পিছত ভাৰত-পাকৰ প্ৰথম মেচ#Cricket #AsiaCup2025 #Indiapakistanmatch #indvspak2025 #Lucknow #OpSindoor #poojahavan @BCCI @ICCLiveCoverage @AsiaCup_2025… pic.twitter.com/q43IdJGz8C
সেয়ে, পূৰ্বৰ দৰে এই মেচক লৈ এইবাৰ দেশবাসীৰ মাজত আগ্ৰহ আৰু উন্মাদনা দেখিবলৈ পোৱা নাই। অৱশ্যে তাৰ মাজতো একাংশ অনুৰাগীয়ে ভাৰতৰ জয় প্ৰাৰ্থনা কৰি বিভিন্ন স্থানত হোম যজ্ঞ আৰু পূজা-পাতল আয়োজন কৰিছে।
উল্লেখ্য যে, বিচিচিআইয়ে পাকিস্তানৰ সৈতে দ্বিপাক্ষিক মেচ খেলাৰ পৰা বিৰত আছে যদিও বহুদেশীয় আইচিচি ইভেণ্টত দেশখনৰ সৈতে খেলিবলৈ ভাৰত বাধ্য বুলি জানিবলৈ দিছে। ২০২২ৰ এছিয়া কাপত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে অন্তিমটো জয়ৰ সোৱাদ লাভ কৰিছিল। ইয়াৰ পিছৰে পৰা ভাৰতে চিৰবৈৰী দেশখনৰ বিৰুদ্ধে শেষ হাঁহি মাৰি আহিছে।