নতুন দিল্লী
কেন্দ্ৰীয় চৰকাৰে শুক্ৰবাৰে তুৰস্ক আৰু পেৰুত নতুন ৰাষ্ট্ৰদূত নিযুক্ত কৰিছে। বৰ্তমান বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব বিশ্বাস বিদু স্বপ্কালক পেৰু গণৰাজ্যত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে।
ইয়াৰ উপৰিও, বৰ্তমান কেনিয়াত ভাৰতৰ উচ্চায়ুক্ত বীৰেন্দ্ৰ কুমাৰ পল, এজন ১৯৯১ বেচৰ আই এফ এছ বিষয়া। তুৰস্ক গণৰাজ্যত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে তেওঁক নিযুক্তি দিয়া হৈছে।
বীৰেন্দ্ৰ কুমাৰ পলে অতি সোনকালে তেওঁৰ দায়িত্বভাৰ গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।
FEATURED VIDEOS
Haj on foot
Sarjik Alam
Guru meeting
Azimullah Sheikh donates land for crematorium
Referee Jehrul Islam
Sakil Jamal shines
Bandiya - where women offer namaz with men
Birkuchi naamghar
Farhan