ইয়াৰ কিছু সময় পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক তেওঁৰ ফোন কলৰ বাবে ধন্যবাদ জনাই কয় যে তেওঁ আমেৰিকাৰ নেতাগৰাকীৰ দৰেই ভাৰত-আমেৰিকাৰ সৰ্বাংগীন আৰু গ্ল’বেল পাৰ্টনাৰশ্বিপক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ। এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পক “মোৰ বন্ধু” বুলি উল্লেখ কৰি কয় যে ইউক্ৰেইনৰ সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ বাবে ভাৰতে তেওঁৰ পদক্ষেপক সমৰ্থন কৰে।"Just had a wonderful phone call with my friend, Prime Minister Narendra Modi. I wished him a very Happy Birthday! He is doing a tremendous job. Narendra: Thank you for your support on ending the War between Russia and Ukraine!" - President Donald J. Trump pic.twitter.com/2IAOyHWKEt
— The White House (@WhiteHouse) September 16, 2025
দ্বিপাক্ষিক বাণিজ্য আলোচনাৰ পৰৱৰ্তী পদক্ষেপৰ বিষয়ে আলোচনা কৰিবলৈ আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি ব্ৰেণ্ডন লিঞ্চ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত উপস্থিত হোৱাৰ দিনাই আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শুভেচ্ছা জনোৱাটো গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।Thank you, my friend, President Trump, for your phone call and warm greetings on my 75th birthday. Like you, I am also fully committed to taking the India-US Comprehensive and Global Partnership to new heights. We support your initiatives towards a peaceful resolution of the…
— Narendra Modi (@narendramodi) September 16, 2025