English
हिंदी
اردو
অসমীয়া
मराठी
عربي
বাংলা
Follow us on
Subcribe
অসমীয়া
English
हिंदी
اردو
অসমীয়া
मराठी
عربي
বাংলা
বাতৰি
সমাজ
চেঞ্জমেকাৰ
ঐতিহ্য
যুৱ পৰিক্ৰমা
ক্ৰীড়া
মতামত
অধিক
ভাৰত
দেশ - বিদেশ
মহিলা আৰু শিশু
জীৱনশৈলী
মনোৰঞ্জন
ভিডিঅ
গ্যাজেট
শিক্ষা
স্বাস্থ্য আৰু স্বচ্ছতা
ফটো
বাণিজ্য
আপোনাৰ কণ্ঠ
ব্যক্তিত্ব
Top Stories
opinion-news
1 min read
বৰ্তমান সমাজত গান্ধীজীৰ আদৰ্শৰ প্ৰাসংগিকতা
opinion-news
1 min read
ভাৰতৰ স্বাধীনতা আন্দোলনে অসমীয়া সাহিত্যত এক নতুন চিন্তাৰ প্ৰৱাহ বোৱাই আনিছে
culture-news
1 min read
ঈদ-উজ-জোহাঃ ধৰ্মীয় উৎসৱৰ মননশীল তাৎপর্য
Pulin-Deka
culture-news
গৰু বিহু: মানুহৰ সৈতে প্ৰকৃতিৰ সম্পৰ্কৰ উদযাপন
পুলিন ডেকা মানৱ জাতিৰ সৃষ্টিৰ লগে লগে সংস্কৃতিৰ বীজ অংকুৰণ হয়। প্রকৃতি, মানুহৰ বিশ্বাস, কর্মপদ্ধতিৰ আলমত বিকশি উঠা চিন্তাৰ ফচলে সমাজ আৰু জীৱনক গতি প্ৰদানৰ বাবে য...
14 Apr 2026
1 min read
opinion-news
বৰ্তমান সমাজত মহাবীৰ জৈনৰ আদৰ্শৰ প্ৰাসংগিকতা
পুলিন ডেকা ভাৰত আধ্যাত্মিকতাৰ পীঠস্থান। অতি পৌৰাণিক কালৰে পৰা ভাৰতীয় জীৱনশৈলী, সাংস্কৃতিক পৰম্পৰা, আধ্যাত্মিক চেতনা স্রোতেৰে বিকশি উঠিছে। সেইবাবে ভাৰতীয় সভ্...
31 Mar 2026
1 min read
opinion-news
জাতীয় ইতিহাসৰ চিৰসেউজ সত্বা লাচিত বৰফুকন
পুলিন ডেকা অদম্য সাহস, স্বদেশানুৰাগ, কৌশলগত নিপুণতা, শৌষ-বীৰ্ষৰ অফুৰন্ত প্ৰতীক লাচিত বৰফুকনে অসমৰ জাতীয় জীৱনক যিদৰে উদ্ভাসিত কৰি গল, সেই প্ৰেৰণাৰে একবিংশ শতাব্দ...
24 Nov 2025
1 min read
opinion-news
জুবিন গাৰ্গৰ সংগীতত প্রকৃতি
পুলিন ডেকা সংগীতৰ ইতিহাসৰ আধাৰেই হৈছে প্ৰকৃতি। প্ৰকৃতি সংগীতৰ অনুপ্ৰেৰণাৰ এক জীৱন্ত দলিল। অৰণ্যৰ পৰা মহাসমুদ্র, পাহাৰৰ পৰা পৰ্বতৰ শিখৰলৈ, সংগীতৰ স্ৰষ্টাসকলে প্...
18 Nov 2025
1 min read
opinion-news
ভুৱা তথ্যৰ মাজত সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতাৰ সুৰক্ষা
পুলিন ডেকা আধুনিক সংবাদ মাধ্যমে এক ৰূপান্তৰমুখী যাত্ৰা পথেৰে অগ্ৰসৰ হোৱাৰ সময়ত আজিৰ তথ্য প্ৰযুক্তিৰ পৃথিৱীত ইয়াৰ গুৰুত্ব আৰু মহত্ত্বই স্বকীয় ৰূপ লাভ কৰিছে। ছপ...
16 Nov 2025
1 min read
opinion-news
ভূপেন হাজৰিকাৰ গানত লুইত
পুলিন ডেকা বিশ্ববিশ্রুত শিল্পী ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বিশাল সৃষ্টিশীলতাৰ মহাসমুদ্রত সংগীত আছিল এক স্বচ্ছন্দ্য, প্রাণৱন্ত প্রকাশ। ইতিহাস আৰু বাস্তৱবোধ, মù...
05 Nov 2025
1 min read
culture-news
কাতি বিহু: আশা আৰু সমৃদ্ধিৰ প্ৰকাশ
পুলিন ডেকা বিহু অসমীয়া সংস্কৃতিৰ বৰ্ণাঢ্য প্রকাশ। বিহুৱে জাতীয় জীৱনবোধৰ মাজেৰে সাংস্কৃতিক পৰিচয়লৈ ৰূপান্তৰিত হৈ অসমৰ স্বকীয়তাক অনন্য ৰূপ প্রদান কৰিছে। বিভ...
18 Oct 2025
1 min read
culture-news
ধন, সম্পদ আৰু ঐশ্বৰ্যৰ প্ৰতীক লক্ষ্মী দেৱী
পুলিন ডেকা ভাৰতীয় আধ্যাত্মিক জীৱনবোধত দেৱ-দেৱীৰ পূজা-অর্চনাই সদায়ে বিশিষ্ট স্থান অধিকাৰ কৰি আহিছে। শাক্ত আৰু বৈদিক ধৰ্মত দেৱী পূজা, সনাতন ধৰ্মৰ এক উল্লেখনীয় দিশ...
06 Oct 2025
1 min read
culture-news
অসমৰ অস্তিত্ব ভাৰতবৰ্ষৰ মাজত কেনেকৈ অক্ষুণ্ণ ৰাখিলে মহাত্মা গান্ধীয়ে
পুলিন ডেকা ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ গৌৰৱোজ্জ্বল ইতিহাসৰ সৈতে সম্পর্কিত দিশসমূহ বিশ্লেষণ কৰিলে স্বদেশপ্ৰেমৰ চেতনা স্ফূৰণত যিসকল ব্যক্তিয়ে শক্তিশালী ভ&...
02 Oct 2025
1 min read
personality-news
জুবিন গাৰ্গৰ সংগীতৰ মূৰ্চ্চনা
পুলিন ডেকা সংগীত হৈছে অনুভৱৰ এক বিশ্বজনীন ভাষা। ই একেধৰণৰ আনন্দ, বিষাদ, আশ্বাস আৰু আত্মিক উন্মোচনৰ উপায়। আনহাতে সংগীত হৈছে এনেধৰণৰ শিল্প, য'ত সুৰ, তাল আৰু লয়ৰ সহায়ত ...
02 Oct 2025
1 min read
culture-news
সনাতন আধ্যাত্মিকতা আৰু দুর্গা পূজা
পুলিন ডেকা পাঁচ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা আৰু সংস্কৃতিত পূজাই বিশেষ মহত্ত্ব লাভ কৰি আহিছে। ভগৱানৰ সান্নিধ্য লাভৰ উদ্দেশ্যৰে আয়োজিত পূজাই সনাতন সংস্কৃতিৰ অনন...
30 Sep 2025
1 min read
entertainment-news
চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকা
পুলিন ডেকা অসমীয়া সংগীত জগতৰ উজ্বল নক্ষত্ৰ শিল্পী জয়ন্ত হাজৰিকাৰ সুললিত কণ্ঠই আজিও বিমুগ্ধ কৰি ৰাখিছে প্ৰতিটো প্ৰজন্মৰ অগণন স্রোতাক। কণ্ঠৰ যাদুকৰী পৰশ শিল্পী...
20 Sep 2025
1 min read
opinion-news
সমন্বয়ৰ সাধক ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা
পুলিন ডেকা বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ বিশাল সৃষ্টিৰাজীৰে যুগ-যুগান্তৰ বাবে অসমীয়া জাতিৰ স্বকীয়াক এনে এক পৰ্যায়লৈ উত্তৰণ ঘটালে, সেয়া সদায়ে সোণালী অধ্...
09 Sep 2025
1 min read
culture-news
কৰম পৰৱ : লোক জীৱনৰ অপূর্ব প্রকাশ
পুলিন ডেকা সংস্কৃতি হৈছে জীৱন দৃষ্টি। মানুহৰ মানসিক অভিব্যক্তিৰ পূৰ্ণ প্রতিফলন। সংস্কতিকেন্দ্রিক উৎসৱসমূহ এটা জনগোষ্ঠীৰ সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্যৰে প্ৰক...
03 Sep 2025
1 min read
culture-news
মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ অৱদানে অসমীয়া জাতিক সদায় সমৃদ্ধ কৰি ৰাখিব
পুলিন ডেকা ঐতিহ্যমণ্ডিত অসমীয়া জাতীয় জীৱনৰ সাংস্কৃতিক, সামাজিক, ৰাজনৈতিক ক্ষেত্ৰখনৰ সোণসেৰীয়া ভূমিতে শংকৰী ধৰ্ম-সংস্কৃতিৰ বীজ অংকুৰিত আৰু ক্রমে বিস্তাৰ লাভ ক...
25 Aug 2025
1 min read
opinion-news
বৰ্তমানৰ সমাজত গান্ধীজীৰ আদৰ্শৰ প্ৰাসংগিকতা
পুলিন ডেকা স্বৰাজ, অহিংসা, স্বদেশী, সর্বোদয়, সত্যাগ্রহ, স্বচ্ছতাৰ আদৰ্শৰে পৰিচালিত আছিল গান্ধীজীৰ জীৱন। গান্ধীজীৰ জীৱন দৰ্শনে আজি সমগ্র বিশ্ববাসীকে আকৰ্ষিত কৰ...
30 Jan 2025
1 min read
culture-news
চাওলুং চুকাফা: বৰ অসমৰ মূল নিৰ্মাতা
পুলিন ডেকা অসমীয়া মানুহৰ ইতিহাসত বিশেষ অধ্যায়ৰ সূচনা কৰা এগৰাকী বৰেণ্য ব্যক্তি আছিল চাওলুং চুকাফা। চুকাফাৰ কাম, চিন্তা-দর্শনে সমগ্র জাতিৰ বিবেকক বিশেষভাৱে আ...
02 Dec 2024
1 min read
opinion-news
গুৰুনানক আৰু শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ সাদৃশ্য
পুলিন ডেকা ভাৰত ভূমি আধ্যাত্মিকতাৰ পীঠস্থান। পাঁচ হাজাৰ বছৰীয়া সভ্যতা-সংস্কৃতিক দেশখনৰ আধ্যাত্মিক শক্তিয়ে জীপাল কৰি আহিছে। পঞ্চদশ শতিকাত ভাৰতবৰ্ষত যি আধ্য...
15 Nov 2024
1 min read
opinion-news
সমন্বয়ৰ প্ৰতিভূ গণশিল্পী ড॰ ভূপেন হাজৰিকা
পুলিন ডেকা 'মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক জানো ঘিণ কৰাতো বুজাব, প্ৰতি অসমীয়া আমি ভাল ভাৰতীয়' – ড॰ ভূপেন হাজৰিকা৷ অসমীয়া সংগীতক বিশ্বমুখী যাত্ৰাৰে এক নতুন মা&...
05 Nov 2024
1 min read
opinion-news
কাতি বিহু আৰু ইয়াৰ তাৎপর্য
পুলিন ডেকা সংস্কৃতি হৈছে এটা জাতিৰ জীৱন দৃষ্টি। অসমীয়া সংস্কৃতিৰ বর্ণাঢ্য স্বৰূপে আমাৰ স্বকীয়তাক মহীয়ান কৰিছে। এই সংস্কৃতিৰ ৰূপৰেখা নিৰ্ণয়ত বিহুৰ ভূমিকা অননú...
17 Oct 2024
1 min read
Show more
Loading...
X
বাতৰি
সমাজ
চেঞ্জমেকাৰ
ঐতিহ্য
যুৱ পৰিক্ৰমা
ক্ৰীড়া
মতামত
অধিক
ভাৰত
দেশ - বিদেশ
মহিলা আৰু শিশু
জীৱনশৈলী
মনোৰঞ্জন
ভিডিঅ
গ্যাজেট
শিক্ষা
স্বাস্থ্য আৰু স্বচ্ছতা
ফটো
বাণিজ্য
আপোনাৰ কণ্ঠ
ব্যক্তিত্ব