তেজপুৰত উপস্থিত বলীউদ তাৰকা দীপিকা পাডুকণ আৰু অনিল কাপুৰ

Story by  atv | Posted by  [email protected] • 1 Years ago
তেজপুৰত উপস্থিত বলীউদ তাৰকা দীপিকা পাডুকণ আৰু অনিল কাপুৰ
তেজপুৰত উপস্থিত বলীউদ তাৰকা দীপিকা পাডুকণ আৰু অনিল কাপুৰ
গুৱাহাটী
 
আজি তেজপুৰত উপস্থিত বলীউদ তাৰকা দীপিকা পাডুকণ আৰু অনিল কাপুৰ। বিশেষ বিমানেৰে তেজপুৰ বিমানকোঠত অৱতৰণ কৰে জনপ্ৰিয় অভিনেতা অনিল কাপুৰ আৰু মোহময়ী অভিনেত্ৰী দীপিকা পাডুকণ। তেজপুৰ বিমানকোঠৰ পৰা দুয়োগৰাকী তাৰকা তেজপুৰ বিমানবন্দৰলৈ ৰাওনা হয়।
 
 
উল্লেখযোগ্য যে ‘ফাইটাৰ’ ছবিৰ শ্বুটিঙৰ বাবে অসমলৈ আহিছে বলীউদৰ কেই‍ৰাকীও তাৰকা। কেই‍বাদিনো ধৰি অসমতে বাহৰ পাতিছে জনপ্ৰিয় অভিনেতা ঋত্বিক ৰোছন। আজি দীপিকা পাডুকণ আৰু অনিল কাপুৰ আহি উপস্থিত হয় তেজপুৰত। কেইবাদিনো ধৰি তেজপুৰত চলিব ছবিখনৰ শ্বুটিং।