গণতন্ত্ৰৰ বৃহৎ উৎসৱৰ প্ৰথম দিনটোৰ পৰিৱেশ আৰু ৰং

Story by  atv | Posted by  [email protected] • 13 d ago
অৰুণাচলৰ এগৰাকী বৃদ্ধ ভোটাৰক ভোটকেন্দ্ৰ পোৱাত সহায় কৰিছে এজন যুৱকে
অৰুণাচলৰ এগৰাকী বৃদ্ধ ভোটাৰক ভোটকেন্দ্ৰ পোৱাত সহায় কৰিছে এজন যুৱকে
 
নতুন দিল্লী
 
শুকুৰবাৰে প্ৰথম পৰ্যায়ৰ সাধাৰণ নিৰ্বাচনত লোকসভালৈ নিজৰ প্ৰতিনিধি বাছনি কৰিবলৈ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ ১০২টা সমষ্টিৰ জনসাধাৰণে ভোটদান কৰে।
 
 
তলৰ ছবিবোৰে গণতন্ত্ৰৰ বৃহৎ উৎসৱক প্ৰতিনিধিত্ব কৰিছে:
 

অসমৰ ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে ভোটাৰসকলে ভোট প্ৰদান কৰিছে
 

মেঘালয়ৰ নিৰ্বাচনী বুথলৈ খোজ কাঢ়ি অহা এগৰাকী মহিলা
 

কাৰ নিকোবাৰ দ্বীপপুঞ্জত ভোট দিবৰ বাবে শাৰীত পাতি থকা ভোটাৰসকল
 

উধামপুৰ-দোডা সমষ্টিত ভোটদানৰ পিছত আঙুলিৰ চিন দেখুৱাইছে এহাল নৱবিবাহিত দম্পতীয়ে
 

ভোটদান কৰাৰ পিছত আঙুলিৰ চিন দেখুৱাইছে দুজন নিকোবাৰেছ লোকে
 

নাগপুৰৰ এটা ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু তেওঁৰ পত্নী কাঞ্চন গাডকাৰী
 

অসমৰ শিৱসাগৰৰ এগৰাকী আইতাই ভোটদানৰ পিছত আঙুলিৰ চিন দেখুৱাইছে
 

ভোটদানৰ পিছত ঔৰংগাবাদৰ একাংশ পুৰুষ-মহিলা
 

অসমৰ ডিব্ৰুগড়ত ভোট প্ৰদান কৰি আঙুলিৰ চিন দেখুৱাইছে এজন সন্ন্যাসীয়ে
 

অৰুণাচল প্ৰদেশত ভোটদানৰ বাবে বৰষুণত ৰৈ থকা লোকসকল