সূৰ্য কুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়াই ইউএইক ৯ উইকেটত আৰু পাকিস্তানক ৭ উইকেটত হৰুৱাবলৈ সক্ষম হৈছে। ভাৰতে শুকুৰবাৰে গ্ৰুপৰ অন্তিমখন মেচত ওমানৰ বিৰুদ্ধে খেলিব। উল্লেখ্য যে, পাকিস্তানে বুধবাৰে নিশা ইউএইক ৪১ ৰানত পৰাভূত কৰি ছুপাৰ-৪ ৰাউণ্ডলৈ উন্নীত হয়। প্ৰথমে বেটিং কৰি পাকিস্তানে ১৪৬ ৰান সংগ্ৰহ কৰাৰ পিছত ইউএই দলটোৱে মাত্ৰ ১০৫ ৰানতে ইনিংছ সামৰে।A powerful display with the ball from Pakistan to breeze past UAE at Asia Cup 2025 👏#UAEvPAK 📝: https://t.co/Hob0KRTBlt pic.twitter.com/mE2kEAnFMW
— ICC (@ICC) September 17, 2025