#WATCH | Defence Minister Rajnath Singh arrives in Canberra as part of his engagements in Australia aimed at strengthening defence and strategic cooperation between the two nations.
— ANI (@ANI) October 8, 2025
He was welcomed at the airport by Peter Khalil, Australia’s Assistant Minister of Defence, along… pic.twitter.com/aaVlehCAWk
উল্লেখ্য যে, দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজনাথ সিং কালি নিশা অষ্ট্ৰেলিয়া ভ্ৰমণৰ অংশ হিচাপে কেনবেৰাত উপস্থিত হয়। বিমানবন্দৰত তেওঁক অষ্ট্ৰেলিয়াৰ উপ- প্ৰতিৰক্ষা মন্ত্ৰী পিটাৰ খলিল আৰু যুটীয়া অভিযান মুৰব্বী ভাইচ এডমিৰেল জাষ্টিন জোনছে আদৰণি জনায়। সংসদ ভৱনত তেওঁক উপ-প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছে আদৰণি জনায়।
২০১৪ চনৰ পিছত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এনডিএ) চৰকাৰৰ অধীনত এজন মন্ত্ৰীৰ এই ধৰণৰ এয়া প্ৰথমটো ভ্ৰমণ। ইয়াৰ পূৰ্বে ২০১২ চনত কংগ্ৰেছ নেতা এ কে এণ্টনিয়ে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিল।Australian Deputy Prime Minister Marles accepted the invitation of Defence Minister Rajnath Singh to visit India for the Annual Defence Ministers’ Dialogue in 2025.
— ANI (@ANI) October 9, 2025
(Pics: Defence Minister Rajnath Singh/X) pic.twitter.com/SCx0xxUiKj