society-news
অটোত এৰি গৈছিল লক্ষাধিক টকা; যাত্ৰীক বিচাৰি উলিয়াই মহানুভৱতাৰ পৰিচয় দিলে হাইলাকান্দিৰ অটোচালক কৌছৰে
শতানন্দ ভট্টাচাৰ্য
মানৱতা আৰু সততা যে আজিও জীয়াই আছে, সেয়া পুনৰবাৰ প্ৰমাণ কৰিলে হাইলাকান্দিৰ এজন মুছলমান সম্প্ৰদায়ৰ অটোচালকে। নিজৰ অটোখনত যাত্ৰীয়ে পাহৰি এৰ...