অৱশ্যে, অট্টালিকাটো কি কাৰণত ভাঙি পৰিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। এই ভৱনটো অতি পুৰণি আৰু জৰাজীৰ্ণ আছিল বুলি স্থানীয় লোকে মন্তব্য কৰিছে। ইফালে এতিয়াও একাংশ লোক ধ্বংসাৱশেষৰ তলতে আবদ্ধ হৈ থকাৰ কথা আশংকা কৰা হৈছে।VIDEO | Delhi: A four-storey building collapsed in Welcome area of northeast Delhi on Saturday morning and some people could be trapped under the rubble, police said. A rescue operation by multiple agencies is underway, they said. #DelhiNews #BuildingCollapse
— Press Trust of India (@PTI_News) July 12, 2025
(Full video… pic.twitter.com/Xav2jR1VVR