অনাগত ৫ দিনলৈ ৰাজ্যত হ’ব ধাৰাসাৰ ধুমুহা-বৰষুণ

Story by  atv | Posted by  [email protected] • 1 Months ago
অনাগত ৫ দিনলৈ ৰাজ্যত হ’ব ধাৰাসাৰ ধুমুহা-বৰষুণ
অনাগত ৫ দিনলৈ ৰাজ্যত হ’ব ধাৰাসাৰ ধুমুহা-বৰষুণ
 
গুৱাহাটী
 
ৰাজ্যত বতৰে ল’ব কালৰূপ। ৰাজ্যত ধাৰাসাৰ বৰষুণৰ আগজাননী দিয়ে বতৰ বিজ্ঞান বিভাগে। ৰাজ্যত অনাগত ৫-৬ দিনলৈ হ’ব ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
 
বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি আন কেইবাখনো ৰাজ্যতো নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা আছে।
 
উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, বিহাৰ, ছত্তীশগড়, মধ্যপ্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ, দিল্লীতো হ’ব বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অৰুণাচল প্ৰদেশ, ৰাজস্থান, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো হ’ব বৰষুণৰ সম্ভাৱনা আছে।