Earlier this morning, I went to AFS Adampur and met our brave air warriors and soldiers. It was a very special experience to be with those who epitomise courage, determination and fearlessness. India is eternally grateful to our armed forces for everything they do for our nation. pic.twitter.com/RYwfBfTrV2
— Narendra Modi (@narendramodi) May 13, 2025
"আজি পুৱাই মই ভাৰতীয় বায়ু সেনাৰ আদমপুৰ ঘাটিলৈ গৈ আমাৰ সাহসী এয়াৰ ৱাৰিয়ৰ্ছ আৰু জোৱানসকলক লগ পাইছিলো। সাহস, দৃঢ়তা আৰু নিৰ্ভীকতাৰ পৰিচয় দিয়া এই ব্যক্তিসকলৰ সৈতে থকাটো আছিল এক অতি বিশেষ অভিজ্ঞতা। আমাৰ দেশৰ বাবে কৰা সকলো কামৰ বাবে আমাৰ সশস্ত্ৰ বাহিনীৰ প্ৰতি ভাৰত চিৰকৃতজ্ঞ।"-প্ৰধানমন্ত্ৰী মোদীয়ে কয়।
বায়ুসেনা ঘাটিটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে কেৱল সন্ত্ৰাসবাদীকে নহয়, তেওঁলোকৰ সমৰ্থক পাকিস্তানী সেনাকো শক্তিশালী উত্তৰ দি নিজৰ শক্তি প্ৰদৰ্শন কৰিছে। পঞ্জাৱৰ আদমপুৰ বিমান ঘাটিত এয়াৰ ৱাৰিয়ৰ্ছসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, সন্ত্রাসবাদীসকলে পাকিস্তানী সেনাৰ ওপৰত নিৰ্ভৰ কৰে। ভাৰতীয় স্থলসেনা, ভাৰতীয় বায়ুসেনা, আৰু ভাৰতীয়সকলে সেই পাকিস্তানী সেনাৰ ধূলি উৰুৱাই দিবলৈ সক্ষম হৈছে।Sharing some more glimpses from my visit to AFS Adampur. pic.twitter.com/G9NmoAZvTR
— Narendra Modi (@narendramodi) May 13, 2025