"দেশৰ বাবে কৰ্তব্য পালন কৰাৰ সময়ত প্ৰাণ হেৰুওৱা সাহসী বীৰ প্ৰীতপাল সিং আৰু হাৰমিন্দৰ সিঙৰ পৰম ত্যাগক চিনাৰ কৰ্পছে (Chinar Corps) সন্মান জনাইছে। তেওঁলোকৰ সাহস আৰু নিষ্ঠাই আমাক চিৰদিনৰ বাবে অনুপ্ৰাণিত কৰিব। ভাৰতীয় সেনাই তেওঁলোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে।"-সেনাই টুইটাৰত এইদৰে প্ৰকাশ কৰে।Operation AKHAL, Kulgam | Lance/Naik Pritpal Singh and Sepoy Harminder Singh made supreme sacrifice.
— ANI (@ANI) August 9, 2025
Indian Army expresses deepest condolences and stands in solidarity with the bereaved families. Operation continues: Chinar Corps, Indian Army pic.twitter.com/WtabIZ6Mf0