We are proud to present the 2025 Ramon Magsaysay Awardees. Discover their inspiring stories and impactful work at https://t.co/13iyCwwUpq.#RamonMagsaysayAward #67thRamonMagsaysayAwards #GreatnessOfSpirit #TransformativeLeadership pic.twitter.com/rsDssP39F2
— Ramon Magsaysay Award (@MagsaysayAward) August 31, 2025
এছিয়াৰ নোবেল বঁটাৰ সমতুল্য হিচাপে গণ্য কৰা ৰেমন মেগছেছে বঁটাৰ জৰিয়তে এছিয়াৰ জনসাধাৰণৰ প্ৰতি ব্যতিক্ৰমী সাহস আৰু নিস্বাৰ্থ সেৱা প্ৰদৰ্শন কৰা ব্যক্তি আৰু সংস্থাসমূহক সন্মান জনোৱা হয়। ২০২৫ চনৰ আন আন বঁটা বিজয়ীসকলৰ ভিতৰত আছে পৰিৱেশৰ কামৰ বাবে মালদ্বীপৰ ছাহিনা আলী আৰু দৰিদ্ৰ আৰু পিছপৰা লোকসকলক উন্নীত কৰাৰ প্ৰচেষ্টাৰ বাবে ফিলিপাইনছৰ ফ্লেভিয়ানো এণ্টনিঅ’ এল ভিলানুৱেভা।
ফাউণ্ডেচনটোৱে জনোৱা মতে, প্ৰতিজন বঁটাপ্ৰাপকে ৰাষ্ট্ৰপতি ৰেমন মেগছেছেৰ উপমা থকা এটা পদক, প্ৰশস্তি আৰু নগদ পুৰস্কাৰ লাভ কৰিব। ৭ নৱেম্বৰত মেনিলাৰ মেট্ৰ’পলিটান থিয়েটাৰত অনুষ্ঠিত হ’ব ৬৭ সংখ্যক ৰেমন মেগছেছে বঁটা প্ৰদান অনুষ্ঠান।✨ History Made! ✨#EducateGirls has received the 2025 Ramon @MagsaysayAward, the first Indian organisation to be honoured! 🇮🇳
— Educate Girls (@educate_girls) August 31, 2025
This win is for our Board, partners, donors, government, communities, teams, and above all, the girls who inspire us every day.#GreatnessOfSpirit pic.twitter.com/i8lr2uFWZE