personality-news
দুৰ্গম গাঁৱৰ পৰা পদ্মশ্ৰীলৈ; আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কলা নিৰ্দেশক নুৰুদ্দিন আহমেদৰ বৰ্ণিল শিল্প যাত্ৰা
আৰিফুল ইছলাম / গুৱাহাটী
প্ৰতিভা, সততা আৰু একাগ্ৰতা থাকিলে যে কোনো বাধাই মানুহক সফলতাৰ শিখৰত আৰোহণ কৰাত বাধা দিব নোৱাৰে, তাৰেই এক জ্বলন্ত নিদৰ্শন হৈছে আন্তঃৰাষ্ট্ৰù...