society-news
স্পন্দন আৰু নিৰ্বাকৰ ব্যতিক্ৰমী প্ৰয়াসঃ চিত্ৰকলা, কবিতা আৰু মুকাভিনয়ৰে কবি জোনমণি দাসলৈ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি
নিকুঞ্জ নাথ / গুৱাহাটী
কবিতাৰ মৃত্যু নাই আৰু মৃত্যু নাই তাৰ স্ৰষ্টাৰ। মানুহৰ জীৱনৰ আৱেগ, অনুভূতি, সপোন আৰু বাস্তৱৰ নিৰ্মম সত্যক অতি সুনিপুণভাৱে শব্দৰ মাজেৰে সজাই ত...